--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মিজোৰামত দুটা পৃথক অভিযানত বুজন পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। চাম্পাই জিলাৰ খানকাউন আৰক্ষীয়ে চালবয়িয়াত নাকা চেকিং চলাই এখন বাহনৰ গোপন চেম্বাৰৰ পৰা ৯৯ টা হেৰ'ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।‌

বাকচকেইটাৰ পৰা মুঠ ১.১১০ কেজি হেৰ'ইন জব্দ কৰে। 

জব্দ কৰা হেৰ'ইনৰ মূল্য ৩৩ লাখ ৩০ হাজাৰ টকা হ’ব বুলি জানিবলৈ দিয়ে।

হেৰ'ইনখিনি চাম্পাইৰ পৰা আইজললৈ নিয়াৰ সময়ত জব্দ কৰা হয়। 

নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাম্পাইৰ পৌমুৱানছাংগা(২২) নামৰ চালকজনক গ্ৰেপ্তাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ