--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয় দিনা প্ৰতি বছৰে অক্ষয় তৃতীয়া পালন কৰা হয়। এই দিনটোত কৰা কামে স্থায়ী ফল দিয়ে। লগতে এই দিনটো দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বিশেষ দিন বুলি জনা যায়। এইবাৰ অক্ষয় তৃতীয়াৰ দিনা গুৰু বৃহস্পতিয়ে মেষ ৰাশিত প্ৰৱেশ কৰি ট্ৰেন্সজিট কৰি আছে। আনহাতে সূৰ্য্য, বুধ, ৰাহু আৰু ইউৰেনাছ ইতিমধ্যে মেষ ৰাশিত আছে। ইয়াৰ বাবেই মেষ ৰাশিত পঞ্চগ্ৰহী যোগ গঠন হ’ব, যিয়ে ৪ ৰাশিৰ লোকক ধন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শক্তিশালী উপকাৰ প্ৰদান কৰিব।

অক্ষয় তৃতীয়াই এই ৪ ৰাশিৰ সৌভাগ্য উজ্জ্বল কৰি তুলিব

মেষ ৰাশি- মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটোত শুভাৰম্ভণি হ’ব সোণালী দিনৰ। ভাগ্য সোণৰ দৰে জিলিকি উঠিব। কেৰিয়াৰত নতুন সুযোগ আহিব। টকা পাব। সুখ বাঢ়িব। পুৰণি সমস্যাৰ পৰা সকাহ পাব। আয় বাঢ়িব। দান-বৰঙণি নিশ্চয় কৰক, ই লাভজনক হ’ব। সোণ ক্ৰয় কৰিলেও শুভ ফল পোৱা যাব।

বৃষ ৰাশি- অক্ষয় তৃতীয়াৰ দিনা পঞ্চগ্ৰহী যোগে বৃষ ৰাশিৰ লোকৰ বাবে ভাল ফল দিব। অৰ্থনৈতিক অৱস্থা ভাল হ’ব। আয় বাঢ়িব। আপোনাৰ সমস্যা, মানসিক চাপ নাইকিয়া হৈ যাব। জীৱনত সুখ আৰু সমৃদ্ধি বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ সৈতে বিষয়াসকল সুখী হ’ব। অগ্ৰগতি পাব। উচ্চ পদবী আৰু মোটা পেকেজ পাব।

বৃশ্চিক ৰাশি- অক্ষয় তৃতীয়া বৃশ্চিক ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। নতুন বাহন, ঘৰ কিনাৰ সম্ভাৱনা থাকিব। কাম কৰা সকলে সহায় পাব। ব্যৱসায়ত লাভ হ’ব। বন্ধ হোৱা কাম সম্পূৰ্ণ হ’ব। বিনিয়োগৰ বাবে শুভ সময়।

কৰ্কট ৰাশিঃ অক্ষয় তৃতীয়াৰ পৰা ভাল দিন আৰম্ভ হ’ব। আয় বৃদ্ধি হ’ব। চাকৰি বা ব্যৱসায় দুয়োটাতে অগ্ৰগতি পোৱাৰ সম্ভাৱনা থাকিব। দৰমহা বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰিব পাৰে। অৰ্থনৈতিক অৱস্থা ভাল হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ