--°C
Loading...
Listen to Article
2 min read
80%
২২ এপ্ৰিল ২০২৩, শনিবাৰ

মেষ ৰাশিঃ আত্মবিশ্বাস থাকিব। খং সম্বৰণ কৰিব। কাৰোবাৰ পৰা শুভ বাৰ্তা লাভৰ আশা। খৰচ বৃদ্ধি পাব। 

বৃষ ৰাশিঃ শিক্ষাৰ দিশত ভাল। নতুন ঘৰৰ সুখ পোৱাৰ সম্ভাৱনা। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। খৰছ বৃদ্ধি। প্ৰেমত শুভ।

মিথুন ৰাশিঃ সকলোতে সংযম ৰাখক। খং নকৰিব।মন অশান্ত হৈ থাকিব। স্বাস্থ্য উন্নত। ভ্ৰমণত শুভ।

কৰ্কট ৰাশিঃ কোনো সমস্যাই দেখা দিব পাৰে। আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা। মান সন্মান বৃদ্ধি পাব। প্ৰেমত চিন্তা।

সিংহ ৰাশিঃ লোভ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব।  নতুন প্ৰেমৰ সম্ভাৱনা। সমাজত মান বৃদ্ধি। ব্যয়  বৃদ্ধি। সন্তানক লৈ চিন্তা।

কন্যা ৰাশিঃ দিনটো ভালে যাব। প্ৰশংসা পাব কৰ্মক্ষেত্ৰত। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিব। খৰছ নিয়ন্ত্ৰণ। যাত্ৰা মংগলজনক।

তুলা ৰাশিঃ কাৰোবাৰ পৰা সহায় পাব। বিদ্যাৰ্থীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিবাহৰ প্ৰস্তাৱ লাভৰ সম্ভাৱনা। কোনো শুভ সংবাদ লাভ কৰিব।

বৃশ্চিক ৰাশিঃ পৰিয়ালত শান্তি অটুট থাকিব। মাতৃৰ স্বাস্থ্য উন্নত। যাত্ৰাৰ সম্ভাৱনা। কুকুৰৰ পৰা সাৱধান। 

ধনু ৰাশিঃ ব্যৱসায়ত উন্নতিৰ মুখ। আয় বৃদ্ধি। পতি-পত্নীৰ বাবে দিনটো ভাল। আলহী আহিব। প্ৰেম সুন্দৰ হ'ব।

মকৰ ৰাশিঃ দিনটো ভালে যাব। কোনো সুখবৰে সুখী কৰিব। কামৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যৰ প্ৰতি নজৰ দিব। সুৰাৰ প্ৰতি সংযম ৰাখক।

কুম্ভ ৰাশিঃ আলহী আগমনৰ সম্ভাৱনা। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। কাৰোবাৰ পৰা কোনো সহায় পাব। প্ৰেমৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব। খৰচে চিন্তাত পেলাব।

মীন ৰাশিঃ মন ভালে থাকিব। মান-সন্মান বৃদ্ধি পাব। কামত অগ্ৰগতি থাকিব। প্ৰেমত শান্তি। মেকুৰী পুহিব পাৰে, মনৰ শান্তিৰ বাবে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস