--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইয়াৰ পূৰ্বে ক্ৰীছ গেইলে বিগ বেছ লীগত এটা ইনিংছত সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িছিল। কিন্তু গেইল অকলশৰীয়া নাছিল, বিগ বেছ লীগত এটা ইনিংছত সৰ্বাধিক ছয়ৰ অভিলেখ ক্ৰেগ ছিমনছ আৰু ক্ৰীছ লিনৰ হাতত আছিল। জোছ ব্ৰাউনে একেলগে তিনিজন লোকৰ অভিলেখ ভংগ কৰে। তেওঁ ১২টা ছয় কৰে।

সোমবাৰে বিগ বেছ লীগৰ মাজত এডিলেইড ষ্ট্ৰাইকাৰছ আৰু ব্রিজবেন হিটৰ মাজত এখন খেল অনুষ্ঠিত হয়৷ সেই মেচখনত ব্ৰাউনে ৫৭টা বলত ১৪০ ৰান সংগ্ৰহ কৰে। ১০টা চাৰি আৰু ১২টা ছয় মাৰিলে। নৱম ছয়টো মাৰি ব্ৰাউনে শতক অৰ্জন কৰে। ব্রিজবেনে নিজৰ ইনিংছৰ ভিত্তিত ২১৪ ৰান সংগ্ৰহ কৰে। ৪১টা বলত ব্ৰাউনে শতক ৰান কৰে। বিগ বেছৰ ইতিহাসৰ দ্ৰুততম শতকৰ তালিকাত ই দ্বিতীয় স্থানত আছে। ইয়াৰ পূৰ্বে গ্লেন মেক্সৱেলেও ৪১ বলত শতক অৰ্জন কৰিছিল। কিন্তু দ্ৰুততম শতিকাৰ অভিলেখ অক্ষুণ্ণ হৈ থাকিল। ছিমনছে তেনেকুৱাই কৰিলে। তেওঁ ৩৯টা বলত শতক অৰ্জন কৰে। ২০১৪ চনত এডিলেইডৰ বিৰুদ্ধে সেই অভিলেখ গঢ়িছিল ছিমনছে।

৩০ বছৰীয়া ব্ৰাউনে অষ্ট্ৰেলিয়াৰ হৈ খেলা নাই। ঘৰুৱা ক্ৰিকেটত তেওঁ এখন তালিকা এ মেচ আৰু ২২ খন টি-২০ খেল খেলিছিল। এই সোঁহাতৰ বেটছমেনে অ’পেনাৰ হিচাপে খেলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক