--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ দিনৰ ভিতৰতে দুজনকৈ পাকিস্তানী বেটাৰে দ্বিশতক অৰ্জন কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত পাকিস্তানৰ হৈ দ্বিশতক অৰ্জন কৰিছিল ছৌদ শ্বাকিলে। এইবাৰ দ্বিতীয়খন মেচত অ’পেনাৰ আব্দুল্লা ছফিকে ২০০ ৰান অতিক্ৰম কৰে। শ্ৰীলংকাৰ বিৰুদ্ধে ডাঙৰ ইনিংছ খেলে তেওঁ। 

শ্ৰীলংকাই দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ১৬৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ৪০০ ৰান অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে আব্দুল্লাৰ সৰ্বোচ্চ ৰাণ আছিল ১৬০। ১৪ তম টেষ্ট খেলি আছে তেওঁ। ইয়াৰ আগতে তেওঁৰ তিনিটা শতকীয় ইনিংছ আছিল। ২০২১ চনত তেওঁ অভিষেক ঘটায়।

আব্দুল্লাৰ জন্ম হৈছিল পাকিস্তানৰ ছিয়ালকোটত। পাকিস্তানৰ হৈ আব্দুল্লাই তিনিখন এদিনীয়া আৰু ৬টা টি-২০ মেচ খেলিছিল। অৱশ্যে সীমিত অভাৰৰ ক্ৰিকেটত তেওঁ সেই সফলতা লাভ কৰা নাই।

পাকিস্তানৰ হৈ দ্বিশতকৰ তালিকাত ২৪ নম্বৰ স্থানত আছে আব্দুল্লা। সেই দেশৰ পৰা তেওঁ দুটা শতক অৰ্জন কৰা সপ্তমটো অ’পেনাৰ। পাকিস্তানৰ ইউনিছ খান আৰু জাভেদ মিয়ান্দাদৰ নামত আছে আটাইতকৈ বেছি দ্বিশতক। তেওঁলোকৰ ছয়টাকৈ দ্বি শতক আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে