--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকালৈ প্ৰথমবাৰৰ বাবে ষ্টেট ভিজিট কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি হোয়াইট হাউছত উপস্থিত হয়। তেওঁক উষ্ম আদৰণি জনায় জ’ বিডেনে।

বিডেনক ধন্যবাদ জনাই মোদীয়ে কয়- "হোৱাইট হাউছৰ এই আদৰণি ১৪০ কোটি ভাৰতীয়ৰ বাবে এক সন্মান আৰু গৌৰৱ। আমেৰিকাৰ ভাৰতীয় সম্প্ৰদায়ৰ বাবেও এয়া এক সন্মান"।

ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৩০ বছৰ পূৰ্বে আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰথমবাৰৰ বাবে হোৱাইট হাউছ দেখাৰ কথাও স্মৰণ কৰে।  হোয়াইট হাউছৰ দক্ষিণ লনত সমবেত হোৱা ৰাইজৰ উল্লাসৰ মাজতে কেইবাটাও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

কয়- ''প্ৰায় তিনি দশকৰ আগতে মই এজন সাধাৰণ মানুহ হিচাপে আমেৰিকা ভ্ৰমণ কৰিছিলো।তেতিয়া মই বাহিৰৰ পৰা হোৱাইট হাউছ দেখিছিলো। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মই ইয়ালৈ বহুবাৰ আহিছো। কিন্তু, প্ৰথমবাৰৰ বাবে ইমান বৃহৎ সংখ্যক ভাৰতীয় সম্প্ৰদায়ৰ বাবে হোৱাইট হাউচৰ দুৱাৰ মুকলি কৰা হৈছে।’’

আনহাতে নিজৰ ভাষণৰ সময়ত ৰাষ্ট্ৰপতি বাইডেনে আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক একবিংশ শতিকাৰ অন্যতম গুৰুত্বপূৰ্ণ সম্পৰ্ক বুলি বৰ্ণনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস