--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ চনত গৌতম গম্ভীয়ে ৯৭ ৰান সংগ্ৰহ কৰি বিশ্বকাপ জয় কৰিছিল। মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতৰ বিশ্বকাপ জয়ৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল তেওঁ। গম্ভীৰৰ পৃথিৱী জয় কৰাৰ ক্ষুধা ১১ বছৰ বয়সতে গঢ় লৈ উঠিছিল।

১৯৯২ চনত গম্ভীৰৰ বয়স আছিল ১১ বছৰ। সেই বছৰৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে পৰাস্ত হৈছিল। সেই লোকচান দেখি গম্ভীৰ কান্দি উঠিছিল। তেওঁ কয়, ‘ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে পৰাস্ত হৈছিল। বিশ্বকাপৰ মেচত সেই পৰাজয়ৰ পিছত মোৰ চকুলো ওলাই আহিছিল। গোটেই ৰাতি কান্দিলোঁ। মই কেতিয়াও এনেকৈ কান্দিব পৰা নাই। কিয় কান্দিলোঁ নাজানো। মোৰ বয়স আছিল ১১ বছৰ। সেই নিশা মই কান্দি কান্দি ক’লোঁ যে মই ভাৰতক বিশ্বকাপ জয় কৰাই দিম। ১৯৯২ চনত মই কোৱা কথাখিনি ২০১১ চনত সঁচা হ’ল।”

গম্ভিৰে ক’লে যে তেওঁ ৰাতিপুৱা সাৰ পাই সেই মেচখন চাবলৈ পাইছিল। তেওঁ ক’লে, “আজিও মনত আছে। বেনকটাপতি ৰাজুক ৰান আউট হ’ল। এটা ৰানত পৰাস্ত ভাৰত। পুৱাৰ ভাগত খেলসমূহ অনুষ্ঠিত হয়। আগতে ৰাতিপুৱা সোনকালে সাৰ পাই খেল চাইছিলোঁ। কিন্তু মেচখনত পৰাস্ত হোৱাৰ পিছৰ দুখ আৰু কেতিয়াও নহ’ল৷”

গম্ভীৰ এইবাৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু আছিল। তৃতীয়বাৰৰ বাবে কেকেআৰে হাতেৰে ট্ৰফী লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ অধিনায়ক হিচাপে ট্ৰফী লাভ কৰিছিল। এইবাৰ তেওঁ গুৰু হিচাপে জয়ী হয়। অৱশ্যে অনাগত দিনত তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব পাৰে বুলি শুনা গৈছে। ৰাহুল দ্ৰাবিড়ৰ ঠাইত যোগদান কৰিব পাৰে গম্ভীৰ। যদি তেওঁ সেই দায়িত্ব পায় তেন্তে তেওঁ ভাৰতৰ হৈ আৰু এবাৰ বিশ্বকাপ জয় কৰাৰ লক্ষ্য ৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু