--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিনেতা ৰনিত ৰয়ৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম অব্যাহত আছে। ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে পত্নী নীলম বসু ৰায়ৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হৈছে। বিবাহৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে পুনৰ পত্নীক বিয়া কৰাইছে ৰনিতে।

ছ’চিয়েল মিডিয়াত ইয়াৰ আভাস দেখুৱাইছে অভিনেতাগৰাকীয়ে। ৰনিতে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু বিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ২০ বছৰৰ পাছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছে। এই সময়ত ৰনিত আৰু নীলমৰ পুত্ৰ অগস্ত্য বসুকো পিতৃ-মাতৃৰ বিয়া উপভোগ কৰা দেখা গৈছিল।

সম্পূৰ্ণ ৰীতি-নীতিৰে পত্নীৰ লগত বিয়া পাতিলে ৰনিতে। অভিনেতাগৰাকীয়ে পত্নী নীলমৰ সৈতে সাত ফেৰে লৈ বিয়াৰ সকলো কামো সম্পূৰ্ণ কৰে।

ভিডিঅ’টো শ্বেয়াৰ কৰি থাকোঁতে ৰনিতে কেপচনত লিখিছে, ‘আপুনি মোক বিয়া কৰাবনে... আকৌ?’। গোৱাৰ এটা মন্দিৰত ৰনিতৰ বিয়া হৈছিল। তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। অনুৰাগীয়ে দম্পতীহালক বিবাহ বাৰ্ষিকীত অহৰহ শুভকামনা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement