--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে ২০২২ চনৰ আইচিচিৰ শ্ৰেষ্ঠ এদিনীয়া একাদশ প্ৰকাশ কৰা হৈছে। ইয়াত টীম ইণ্ডিয়াৰ দুজন তাৰকাক অন্তৰ্ভূক্ত কৰা হৈছে। তেওঁলোক হৈছে শ্ৰেয়াছ আয়াৰ আৰু মহম্মদ চিৰাজ।

অৱশ্যে আইচিচিয়ে কোনো ফৰ্মেটতে অধিনায়ক হিচাপে ভাৰতীয় অধিনায়কক ৰখা নাই। পাকিস্তানৰ বাবৰ আজমক মঙলবাৰে ঘোষণা কৰা দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। এদিনীয়া ক্ৰিকেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰা দুজন ভাৰতীয়ৰ তালিকাত ভাৰতৰ শ্ৰেয়াছ আয়াৰ আৰু মহম্মদ চিৰাজ।

ইয়াৰ উপৰিও নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়াৰ দুজন আৰু  জিম্বাবোৱে, পাকিস্তান আৰু বাংলাদেশৰ এজনকৈ খেলুৱৈক বছৰটোৰ একাদশত অন্তৰ্ভুক্ত কৰা হৈছে।

ঘোষিত দলটোঃ বাবৰ আজম (অধিনায়ক), ট্ৰেভিছ হেড, শ্ৰেয়াছ আয়াৰ, টম লাথাম (উইকেটকিপাৰ), চিকান্দাৰ ৰাজা, মেহিদী হাছান মিৰাজ, আলজাৰি জোছেফ, মহম্মদ চিৰাজ, ট্ৰেণ্ট ব'ল্ট, এডাম জাম্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement