--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষভ পণ্টে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আঘাতৰ বাবে খেলা নাছিল। টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলাৰ পূৰ্বে পণ্টে সেই মেচখনৰ বিষয়ে কয়। কয় যে তেওঁ ফাইনেলত খেলিলে ভাৰতৰ ফলাফল সলনি হ’ব পাৰিলেহেঁতেন।

এদিনীয়া বিশ্বকাপৰ আৰম্ভণিৰ পৰা শেষলৈকে একেৰাহে ১০খন মেচত জয়লাভ কৰিছিল ভাৰতে। কিন্তু ফাইনেলত তেওঁলোকে অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়। দেশৰ এক লাখ দৰ্শকৰ সন্মুখত পৰাজয়ৰ পিছতে ৰোহিত শৰ্মা, বিৰাট কোহলীক কান্দি থকা দেখা গ’ল।

সেই মেচখনৰ বিষয়ে পণ্টে কয়- ‘‘যদি মই ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেল খেলিলোহেঁতেন আমি ৩০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিলোঁহেঁতেন।’’ অৰ্থাৎ পন্থে ইংগিত দিলে যে তেওঁ খেলা হ’লে ভাৰতে মেচখনত জয়ী হ’ব পাৰিলেহেঁতেন।

১৮ মাহৰ পাছত পুনৰ জাতীয় দললৈ উভতি আহে পণ্ট। আই পি এলত ভাল ৰান কৰাৰ পাছত আয়াৰলেণ্ডৰ বিৰুদ্ধেও এটা ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ