--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে টি-২০ বিশ্বকাপত বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ চাৰি ৰানহে সংগ্ৰহ কৰিব পাৰিলেও ভাইৰেল হৈ পৰিল এক বিশেষ দৃশ্য৷ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এগৰাকী পাকিস্তানী ছোৱালীয়ে ভাৰতীয় প্ৰাক্তন অধিনায়কৰ ছবি থকা লকেট পিন্ধি থকা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত Love Khaani নামেৰে পৰিচিত ২৪ বছৰীয়া ফিজা খানক বিৰাট কোহলীৰ লকেট দেখুৱাই থকা দেখা গৈছিল। 

উল্লেখযোগ্য যে ফিজা পাকিস্তানৰ যদিও সংযুক্ত আৰব আমিৰশ্বাহীত বাস কৰে আৰু ভাৰত পাকিস্তানৰ মেচৰ নিয়মীয়া দৰ্শক৷ ফিজাই পিন্ধা বিৰাটৰ লকেটে অনুৰাগীৰ মন কাঢ়ি নিছে৷ পাকিস্তানৰ যুৱতী হৈও তেওঁৰ ভাৰতপ্ৰেমক সকলোৱে আদৰণি জনাইছে৷

আনহাতে, ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত এতিয়া পাকিস্তানৰ পথ বিশ্বকাপত কঠিন হৈ পৰিছে৷ প্ৰথমখন খেলত আমেৰিকাৰ হাতত অনাকাংক্ষিত পৰাজয় আৰু এতিয়া ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত স্বাভাৱিকতে মন বেয়া বাবৰবাহিনীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ