--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ চনটো আৰম্ভ হ’বলৈ‌ মাজত মাত্ৰ কেইটামান দিন আৰু ছবিৰ কথা ক’বলৈ গ’লে, মানুহে আটাইতকৈ বেছি অপেক্ষা কৰি থকা এখন ছবি হ’ল শ্বাহৰুখ খানৰ ‘পাঠান’। সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত এই ছবিখনত দীপিকা পাডুকন আৰু জন আব্ৰাহামেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ বাবে শ্বাহৰুখ খানৰ মাচুল কিমান সেই কথা জানিলে আপুনি স্তম্ভিত হ’ব। সম্পূৰ্ণ কাষ্ট মাচুল সম্পৰ্কে জানক...

উল্লেখযোগ্য যে পাঠান ছবিখন পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দৰ আৰু ইয়াক যশ ৰাজ বেনাৰত নিৰ্মাণ কৰা হৈছে। বিশাল-শেখৰৰ সংগীতৰ এই একচন থ্ৰিলাৰ ছবিখন অহা ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব।

এই ছবিবোৰত শ্বাহৰুখ খানৰ ‘পাথান’ লুক দেখা গৈছে। আপুনি জানি আচৰিত হ’ব যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খানে এই ছবিখনৰ বাবে ১০০ কোটি টকা লয়।

Shah Rukh Khan pens a heartfelt letter for 'Pathaan' crew member; Thanks  him for a 'wonderful experience' | Hindi Movie News - Times of India

ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা জন আব্ৰাহামকো প্ৰচণ্ড একচন দেখা যাব। খবৰ অনুসৰি এই ছবিখনত জনেই ২০ কোটি টকা লৈছে। জনৰ লুকটোও অনুৰাগীৰ বাবে বহুত ভাল।

John Abraham: There is no actor or director who can guarantee success |  Hindi Movie News - Times of India

ছবিখনত আছে সৌন্দৰ্য্যৰ ৰাণী দীপিকা পাডুকন। এই ছবিখনত দীপিকাক এক অনন্য ৰূপত দেখা গৈছে আৰু খবৰ অনুসৰি এই ছবিখনৰ বাবে দীপিকাৰ মাচুল ১৫ কোটি টকা।

Deepika Padukone's post about 'being made to feel like a person of colour'  receives flak on social media | Lifestyle News,The Indian Express

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে পূৰ্বে বাং বাং আৰু ৱাৰৰ দৰে ছবি নিৰ্মাণ কৰি এই ছবিখন নিৰ্মাণৰ বাবে ৬ কোটি টকা লৈছে।


Siddharth Anand wants Prabhas to star in his mega project | Filmfare.com










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক