--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্য ডেলিভাৰী প্লেটফৰ্ম জমেট’ই ২০২৩ চনত খাদ্য অৰ্ডাৰৰ তালিকা প্ৰকাশ কৰিছে। বিৰিয়ানী আৰু পিজ্জাই এই তালিকাত আধিপত্য অব্যাহত ৰাখিছে।

জমেট’ প্লেটফৰ্মৰ জৰিয়তে ১০.০৯ কোটিৰো অধিক বিৰিয়ানী অৰ্ডাৰ দিয়াৰ বিপৰীতে পিজ্জাৰ পিছত ৭.৪৫ কোটিৰো অধিক অৰ্ডাৰ দিছে গ্ৰাহকে।

জমেট’ৱে কয় যে এই বছৰটোৰ বিৰিয়ানীৰ অৰ্ডাৰে দিল্লীৰ আঠটা কুতুব মিনাৰ ভৰাই দিব পাৰিব আৰু পিজ্জাৰ অৰ্ডাৰে কলকাতাৰ পাঁচখনতকৈও অধিক ইডেন গাৰ্ডেন ক্ৰিকেট ষ্টেডিয়ামৰ এলেকা সামৰি ল’ব পাৰিব।

তৃতীয় স্থানত আছে নুডলছ। নুডলছে ৪.৫৫ কোটিৰো অধিক লাভ কৰিছে। পৃথিৱীৰ পৰিধি ২২ বাৰ মেৰিয়াই ল’ব পৰাকৈ এই নুডলছ যথেষ্ট।

২০২৩ চনত আপুনি কি বেছি অৰ্ডাৰ দিছিল জনাওক আমাৰ ফেচবুক পেজৰ কমেন্ট বক্সত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক