--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মানুহ ক্ৰিকেট প্ৰেমত আসক্ত। ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'লেই সমগ্ৰ দেশ ক্ৰিকেট জ্বৰত আক্ৰান্ত হয়। বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট প্ৰতিযোগিতা হৈছে আই পি এল। আই পি এলৰ বাবে মানুহে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। 

আই পি এলকলৈ জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। আই পি এল প্ৰতিযোগিতাৰ অধ্যক্ষ অৰুণ ধুমালে সদৰী কৰিছে ২০২৪ বৰ্ষৰ আই পি এল আৰম্ভণিৰ দিন। ২২ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হোৱাৰ কথা ব্যক্ত কৰে অধ্যক্ষ ধুমালে।

দেশত আগন্তুক লোকসভা নিৰ্বাচন যদিও ভাৰততে অনুষ্ঠিত হ'ব সকলো মেচ। 

১৫ দিনৰ সূচী শীঘ্ৰেই প্ৰকাশ কৰা হ'ব। অৱশ্যে মেচৰ সম্পূৰ্ণ সূচী প্ৰকাশত কিছু পলম হ'ব বুলি অধ্যক্ষ ধুমালে ব্যক্ত কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ