--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষ আৰম্ভ হৈছে। এই নতুন বছৰত শনি কুম্ভ ৰাশিত থাকিব আৰু ইয়াৰ গতি সলনি কৰিব। জ্যোতিষত শনিক অতি গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়।

২০২৪ চনত ৪ ৰাশিৰ ওপৰত শনিৰ কুপ্ৰভাৱ পৰিব, সেইবাবে এই ৰাশি লোকসকল লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সাৱধান হৈ থাকিব লাগিব।

জানক কি এই ৪ ৰাশি 

১) কৰ্কট ৰাশিঃ ২০২৪ চনত শনি গ্ৰহই কৰ্কট ৰাশিৰ লোকৰ ওপৰত কুদৃষ্টি ৰাখিব। এই ৰাশিৰ লোক আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে খুব ভাবি চিন্তিহে টকা খৰচ কৰিব। স্বাস্থ্যৰ উত্থান-পতন হ’ব পাৰে।

২) বৃশ্চিক ৰাশিঃ ২০২৪ চনত শনিৰ প্ৰভাৱে বৃশ্চিক ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত বিবাদ হ’ব পাৰে। এই সময়ত নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

৩) মকৰ ৰাশিঃ  শনিৰ প্ৰভাৱৰ বাবে মকৰ ৰাশিৰ লোকসকল অতি সাৱধান হ’ব লাগিব। মকৰ ৰাশিৰ লোকে নতুন বছৰত কাৰো পৰা ধাৰ ল’ব নালাগে, নহ’লে লোকচান হ’ব পাৰে। আৰ্থিক অৱস্থাত উত্থান-পতন হ’ব পাৰে।

৪) কুম্ভ ৰাশিঃ বৰ্তমান শনি কেৱল কুম্ভ ৰাশিতহে অৱস্থিত। বিনিয়োগৰ বাবে এইটো এটা অতি বিপদজনক সময় হ’ব। এই সময়ত খঙো নিয়ন্ত্ৰণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক