--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব বিশ্ব গ্ৰন্থমেলা ২০২৩৷  কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী  ধৰ্মেন্দ্ৰ প্ৰধানে এই বিষয়ে ঘোষণা কৰি কয় যে   নতুন দিল্লীৰ প্ৰগতি ময়দানত আবেলি ৩ বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ'ব। 

এইবেলি বিশ্ব গ্ৰন্থ মেলাৰ   অতিথি ৰাষ্ট্ৰ হিচাবে আমন্ত্ৰণ জনোৱা হৈছে  হ'ব ফ্ৰান্সক। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা  ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ চলিব আৰু  প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮  বজালৈ  দৰ্শকৰ বাবে মুকলি থাকিব। 

২০২৩  বৰ্ষৰ  বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বিষয়বস্তু হ'ব 'আজাদী কা অমৃত মহোৎসৱ'।   নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাত   সাংস্কৃতিক কাৰ্যসূচী, সেনা আৰু পুলিচ বেণ্ডৰ প্ৰদৰ্শন, টক শ্ব' আৰু লোক সাংস্কৃতিক প্ৰদৰ্শন আদিও থাকিব। ।  গ্ৰন্থমেলাত ফৰাচী প্ৰতিনিধিদলৰ সৈতে দৰ্শকে বাৰ্তালাপ ককৰিব বুলি জানিব পৰা গৈছে৷ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ দ্বাৰা ১০০০ বৰ্গ মিটাৰ জুৰি এক বিশেষ এনইপি ২০২০ পেভিলিয়ন ডিজাইন কৰা হৈছে নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বাবে প্ৰৱেশ মাচুল বিদ্যালয়ৰ শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাবে  সক্ষম সকলৰ বাবে 'বিনামূলীয়া' হ'ব। সাধাৰণ লোকৰ ক্ষেত্ৰত  গ্ৰন্থমেলাৰ টিকটৰ মূল্য ১০ টকা (শিশুৰ বাবে) আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ২০ টকা হ’ব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক