--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ জুলাইৰ পৰা ৩০ জুলাই ২০২৩ লৈ  নামৰূপ পৰ্বতপুৰ দবা একাডেমীৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা দবা সন্থাৰ তত্বাৱধানত   অসম পেট্ৰ কেমিকেল অফিচাৰ্চ  ক্লাব  নামৰূপত  ৪৬ সংখ্যক সদৌ অসম অনুৰ্দ্ধ ১১বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰ আন্ত:জিলা দবা প্ৰতিযোগিতা অনুষ্ঠিত হব।

প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায়  ২৩০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতাখন সুচাৰূপে আয়োজন কৰিবলৈ শ্ৰী প্ৰবোধ বৰাক সভাপতি,  আৰ. কে. পঞ্চম সিঙক কাৰ্য্যকৰী সভাপতি, অৰ্ণৱ কুমাৰ কোৱঁৰক সম্পাদক আৰু মৃদুল বৰাক কোষাধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।

এই প্ৰতিযোগিতাখনত যোগদানৰ বাবে প্ৰতিযোগিতা সঞ্চালক গোলাপ গগৈৰ লগত (ফোন ৯৭৬৪৮০৭৫৮৩) আৰু  অপূৰ্ব সোণোৱালৰ লগত (ফোন ৯৮৫৭৬১২৯২২) যোগাযোগ কৰিব পাৰিব বুলি  মুখ্য আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ জনাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে