--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তিনিটাকৈ সোণৰ পদক লাভ কৰি তিনিগৰাকী খেলুৱৈয়ে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে। তিতাবৰৰ মাধপুৰত উষ্ম আদৰণি জনোৱা হয় খেলুৱৈসকলক ।

তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্থা পৰা নিৰ্বাচিত হৈ নাচিকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়শ্বিপত অংশগ্ৰহণৰ সুযোগ লাভ কৰে তিতাবৰ ৬ জনকৈ খেলুৱৈয়ে। 

এইসকল খেলুৱৈ মাজৰ পৰা তিনি গৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনে। সোণৰ পদক লাভ কৰা খেলুৱৈ সকল ক্ৰমে কৃষ্টিনা বৰা (১২), ৰীয়া কুৰ্মী (১৩) আৰু সূৰ্যকান্ত বাকটি (১৩) 

এইসকল খেলুৱৈৰ মাজৰ পৰা তিনি জন খেলুৱৈয়ে সোণৰ পদক আৰু এজনে ব্ৰঞ্জৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনে। 

আগন্তুক দিনত হ'বলগীয়া বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত এইসকল খেলুৱৈৰ মাজৰ পৰা সূৰ্য্যকান্ত বাকটিয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাত আনন্দিত হৈ পৰিছে সকলো।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে