--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে ২০১৫-১৬ বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণ কৰি আছে, যাৰ উদ্দেশ্য হৈছে যোগ্য গ্ৰাম্য আৰু চহৰীয়া পৰিয়ালক মৌলিক সুবিধা থকা ঘৰ নিৰ্মাণত সহায় আগবঢ়োৱা। পিএমএৱাইৰ অধীনত গৃহ নিৰ্মাণ আঁচনিৰ অধীনত বিগত ১০ বছৰৰ ভিতৰত যোগ্য দৰিদ্ৰ পৰিয়ালৰ বাবে মুঠ ৪.২১ কোটি ঘৰ সম্পূৰ্ণ হৈছে।

পিএমএৱাইৰ অধীনত নিৰ্মিত সকলো ঘৰতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অন্যান্য আঁচনিৰ সৈতে সংযুক্ত হৈ ঘৰুৱা শৌচাগাৰ, এলপিজি সংযোগ, বিদ্যুৎ সংযোগ, সক্ৰিয় ঘৰুৱা টেপ সংযোগ আদি অন্যান্য মৌলিক সুবিধাসমূহ প্ৰদান কৰা হয়।

আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে যোগ্য পৰিয়ালৰ সংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু চহৰীয়া পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে সাহায্য প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement