--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত মুদ্ৰাস্ফীতি বহু পৰিমাণে বৃদ্ধি পাইছে। সকলো বস্তুৰে দাম আকাশলংঘী হৈ পৰিছে। এনে সময়তে ১৯৬৩ চনৰ পেট্ৰ’ল পাম্পৰ বিল ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে ১৯৬৩ চনত পেট্ৰ’লৰ দাম কিমান কম আছিল। বিলখন দেখাৰ পিছত হয়তো মানুহে ভাবিছে যে আজি এই দামত পেট্ৰ’ল পোৱা গ’লে আমি আমাৰ গাড়ীৰে গোটেই পৃথিৱীখন ভ্ৰমণ কৰিব পাৰিলোহেঁতেন।

কল্পনা কৰকচোন ৬০ বছৰ আগতে অৰ্থাৎ ১৯৬৩ চনত পাঁচ লিটাৰ পেট্ৰ’লৰ দাম কিমান হ’লহেঁতেন। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এখন কেছ মেমো। পেট্ৰল ভৰোৱাৰ পিছত পেট্ৰল পাম্পে গ্ৰাহকক কেছ মেমো দিয়ে। ইয়াত কেছ মেমোত ১৯৬৩ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখ লিখা আছে আৰু পাঁচ লিটাৰ পেট্ৰ’লৰ দামৰ বিপৰীতে তিনি টকা ষাঠি পইচা লিখা আছে। কল্পনা কৰকচোন, ৬০ বছৰ আগতে ইমান কম দামত ৫ লিটাৰ পেট্ৰ’ল পোৱা গৈছিল।
Image
আজিকালি মুদ্ৰাস্ফীতি বৃদ্ধিৰ লগে লগে পেট্ৰ’ল-ডিজেলৰ দাম কিমান দ্ৰুতগতিত বৃদ্ধি পাইছে আপোনালোকে সকলোৱে জানে। এই কেছ মেমোত লিখা আছে যে সেই সময়ত তিনি টকা ষাঠি পইচাত পাঁচ লিটাৰ পেট্ৰল উপলব্ধ আছিল, অৰ্থাৎ এক লিটাৰ পেট্ৰলৰ দাম আছিল ৭২ পইচা। এই বিলখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে মানুহে এই বিলৰ দাম আজিৰ দামৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক