--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ কৰ্তন হোৱা মহুৱাই হয়তো শীঘ্ৰে তেওঁৰ চৰকাৰী বাংলো এৰি দিব লাগিব।  সাংসদ পদ কৰ্তন হোৱাৰ পিছতে মহুৱাক  কেইদিনমানৰ ভিতৰতে সাংসদৰ চৰকাৰী  বাংলো খালী কৰিবলৈ কোৱা হ’ব পাৰে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। 

লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ লিখিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। মন কৰিকৰিব লগীয়া যে মহুৱাক বিশেষ কোটাৰ অধীনত এটা এমপি বাংলো দিয়া হৈছিল। 
কিন্তু যোৱা সপ্তাহত সাংসদ হিচাপে অযোগ্য হোৱাৰ পিছত তৃণমূল (টিএমচি) নেত্ৰীগৰাকীয়ে  বাংলোটো খালী কৰিবলগীয়া  হ'ব পাৰে।উল্লেখ্য  শুক্ৰবাৰে মহুৱাৰ লোকসভাৰ সাংসদ পদ কৰ্তন  কৰা হৈছিল।

 (প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। পৰৱৰ্তী সময়ত আমি আপোনালোকক বিতং খবৰ জনোৱাৰ চেষ্টা কৰিম।)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক