--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰুষক ৪০ বছৰ বয়সৰ পাছত বেছিভাগ ৰোগেই আক্ৰান্ত কৰিবলৈ আৰম্ভ কৰে। কিন্তু যদি আপুনি নিজকে ফিট কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাস শুধৰোৱাটো অতি প্ৰয়োজনীয়। গতিকে সঠিক অভ্যাস আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস জীৱনশৈলীত অন্তৰ্ভুক্ত কৰক। ৪০ বছৰৰ পাছত পুৰুষসকলে কি কি খাব লাগে জানো আহক। এইসমূহ খাদ্য খালে ফিট এণ্ড ফাইন হৈ থাকিব পাৰিব।

১) মাছৰুমঃ মাছৰুম এটা ছুপাৰ স্বাস্থ্যকৰ বিকল্প। বয়স বৃদ্ধিত পুৰুষে ইয়াক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

২) কণীঃ পুৰুষে দৈনিক কণী সেৱন কৰিব লাগে কাৰণ কণী প্ৰটিনৰ ভাল উৎস যিয়ে বাঢ়ি অহা বয়সত পেশীবোৰক উপযুক্ত পুষ্টি প্ৰদান কৰে।

৩) ফল-মূলঃ পুৰুষে ৪০ বছৰ বয়সৰ পাছত অধিক ফল সেৱন কৰিব লাগে। আপুনি খাদ্য তালিকাত ব্লুবেৰী অন্তৰ্ভুক্ত কৰিব পাৰিলে ভাল।

৪) মাহজাতীয় খাদ্যঃ পুৰুষে খাদ্যত মাহজাতীয় খাদ্য নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। ৰাজমাহ খাব পাৰিলে খুব ভাল।

৫) এভোকেডোঃ এভোকেডো হৈছে ছুপাৰ স্বাস্থ্যকৰ খাদ্য। ইয়াক সেৱন কৰিলে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে, পুৰুষে ইয়াক সেৱন কৰিলে সুস্থ হৈ থাকিব। সেইবাবেই দৈনিক সেৱন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক