--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪০ বছৰ বয়সৰ পাছত মানুহৰ হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ মহিলাৰ শৰীৰত এই কথা বেছিকৈ দেখা যায়। হাড়ৰ দুৰ্বলতাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় কামবোৰ কৰিবলৈও অসুবিধাৰ সন্মুখীন হ’ব পাৰে, গতিকে ইয়াৰ স্বাস্থ্যৰ প্ৰতি আমি বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। ইয়াত আমি আপোনালোকক ক’ম যে হাড় দুৰ্বল হ’লে কি কি বস্তু খাব লাগে।

এইবোৰ খালে হাড়বোৰ মজবুত হ’ব

যদি আপুনি বিচাৰে যে আপোনাৰ হাড়বোৰ ৪০ বছৰ বয়সৰ পাছতো মজবুত হৈ থাকিব লাগে, তেন্তে ইয়াৰ বাবে আপুনি কেলচিয়াম আৰু ভিটামিন ডিকে ধৰি বহুতো পুষ্টি ভিত্তিক খাদ্য সামগ্ৰী খাব লাগিব।

-গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী
সেউজীয়া পাতৰ পাচলি
-অটচ
-খিচিৰি
-গোটা শস্য
-ফল
-গাজৰ
-মটৰ
-মাখানা
-অঞ্জীৰ
-চালাড
-বাদাম
-কণী
-মিঠা আলু
-মাশ্বৰূম
-মূলা
-পালেংশাক

এইবোৰ কথাত মনোযোগ দিয়ক

কেঁচা চালাড খাওক
দিনটোত দুবাৰকৈ গাখীৰ খাব লাগিব কাৰণ ই কেলচিয়াম সমৃদ্ধ ছুপাৰফুড।
কম চৰ্বিযুক্ত খাদ্য খাওক।
যদি গাখীৰ ভাল নাপায়, তেন্তে নিয়মিতভাৱে দালি খাওক।
কণী আৰু অন্যান্য নন-ভেজ বস্তু খালে হাড় উপকৃত হ’ব।
এদিনত প্ৰায় ৮ৰ পৰা ১০ গিলাচ পানী খাব লাগে।
ইচ্ছা কৰিলে ফলৰ ৰসো খাব পাৰে।
প্ৰতিদিনে কমেও আধা ঘণ্টা খোজ কাঢ়িব বা গধুৰ ৱৰ্কআউট কৰক।এই কাম কৰিলে আপোনাৰ হাড়বোৰ মজবুত হৈ পৰে।  
যোগাসনো কৰিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে