--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪০ পাৰ কৰিছে ছানি লিয়নীয়ে। কিন্তু তেওঁৰ ছালৰ মসৃণতা আৰু যৌৱন একে আছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ছানীয়ে কৈছিল যে তেওঁ কেনেকৈ ৰূপচৰ্চা কৰে!

ছানীয়ে ছালৰ যত্ন ল’বলৈ ক্লিনজাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। ছানীয়ে বিশ্বাস কৰে যে চাফাই কৰাটো মেকআপৰ অন্যতম পদক্ষেপ। গতিকে প্ৰতিদিনে ক্লিনজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

মেক-আপ নাতৰোৱাকৈ নুশুৱে ছানিয়ে। ছানিয়ে প্ৰয়োজন নহ’লে মেকআপেই নকৰে। শ্বুটিং বা আন কোনো গুৰুত্বপূৰ্ণ অনুষ্ঠান হ’লেহে মেকআপ কৰে। 

ছানীয়ে বিশ্বাস কৰে যে ভাল ছালৰ বাবে পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে গোটেই দিনটো ৩-৪ লিটাৰ পানী খাব লাগে। কেৱল পানীয়েই নহয়, ফল-মূলো খাব লাগে যাতে ছালখন সুস্থ হৈ থাকে। সেয়েহে ছানীয়ে পানীৰে সমৃদ্ধ ফল বেছিকৈ খোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবে।

বাহিৰৰ খাদ্য একেবাৰেই নাখায়। সদায় ঘৰতে বনোৱা খাদ্য খাবলৈ চেষ্টা কৰে। শ্বুটিং হ’লেও ছানী সদায় ঘৰতে বনোৱা খাদ্যৰ সৈতে থাকে। তেওঁ বেছিভাগ সময়তে তৰল খাদ্য খায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ