--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ডিচেম্বৰ মাহৰ শেষৰ ভাগৰ পৰা আৰম্ভ হোৱা ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া এই বৰ্ষৰ জানুৱাৰী মাহৰ শেষলৈকে প্ৰায় এমাহজোৰাকৈ চলিব।

ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবৰ্ষতেই আৰম্ভ হৈছে সৰ্বভাৰতীয় ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া ২০২৬। সমান্তৰালভাৱে মানাহ ব্যাঘ্র প্ৰকল্পতো ২০২৬ বৰ্ষৰ বাবে আৰম্ভ হৈছে বাৰ্ষিক ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া।


যোৱা ডিচেম্বৰ মাহৰ শেষৰ ভাগৰ পৰা আৰম্ভ হোৱা ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া এই বৰ্ষৰ জানুৱাৰী মাহৰ শেষলৈকে প্ৰায় এমাহজোৰাকৈ চলিব।মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বাঁহবাৰী,ভূঞাপাৰা,পানবাৰী আৰু কুকলুংকে ধৰি মুঠ চাৰিটা ৰেঞ্জতেই বিভাগীয় লোকসকলে ট্ৰেপিং কেমেৰা স্থাপন কৰি চলাই গৈছে ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া।


মানাহ ব্যাঘ্ৰ প্ৰকল্পত মুঠ ৪০০ ট্ৰেপিং কেমেৰা স্থাপনেৰে চলিছে ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া।উল্লেখ্য যে ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়াৰ অন্ততহে জানিবলৈ পৰা যাব এই বৰ্ষত মানাহ ব্যাঘ্ৰ প্ৰকল্পত কিমানলৈ বৃদ্ধি পালে বাঘৰ সংখ্যা।মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে আশা কৰিছো পূৰ্বৰ তুলনাত মানাহ ব্যাঘ্ৰ প্ৰকল্পত বৃদ্ধি পাব বাঘৰ সংখ্যা।অনুমানিক ৫৬ টাকৈ অধিক বৃদ্ধি পাব বাঘৰ সংখ্যা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন