--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো মানুহেই বুঢ়া হ’ব নিবিচাৰে। বেছিভাগ মানুহৰে এই হেঁপাহ থাকে যে সদায় যাতে যুৱ আৰু ধুনীয়া হৈ থাকিব পাৰে। যদি আপুনি ৪০ বছৰ বয়সতো ২৫ বছৰৰ দৰে স্লিম ট্ৰিম হৈ থাকিব বিচাৰে তেন্তে আজি আমি আপোনাক ক'ম কম বয়সীয়া হৈ থকাৰ ৩টা বিশেষ নিয়ম। এই নিয়মবোৰ খোৱাপানীৰ লগত জড়িত আৰু ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আপোনাৰ স্বাস্থ্যৰ লগত আছে। এই নিয়মবোৰ মানি চলিলে আপুনি অতুলনীয় ফিটনেছ লাভ কৰিব।

পুৱা সাৰ পাই কুহুমীয়া পানী খাব লাগে

ফিটনেছ বিশেষজ্ঞৰ মতে প্ৰতিদিনে পুৱা সাৰ পোৱাৰ লগে লগে কুহুমীয়া পানী খাব লাগে। ২-৩ গিলাচ পানী খোৱাটো সঠিক। এনে কৰিলে বৃহদান্ত্ৰ পৰিষ্কাৰ হয়, যাৰ ফলত সতেজ হোৱাটো সহজ হয়। পেট পৰিষ্কাৰ কৰিলে সকলো ৰোগো শেষ হয় আৰু ব্যক্তিজন ফিট হৈ থাকে।

ভুলতো ঠাণ্ডা পানী খাব নালাগে

গ্ৰীষ্মই হওক বা শীতকালেই হওক, সদায় ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে আমাৰ পেটৰ প্ৰভাৱ গৰম। এনে অৱস্থাত আমি যেতিয়া ঠাণ্ডা পানী খাওঁ তেতিয়া ই আমাৰ পেটৰ আভ্যন্তৰীণ ব্যৱস্থাটো ঠাণ্ডা কৰি পেলায়। যাৰ বাবে মগজু আৰু হৃদযন্ত্ৰও ঠাণ্ডা হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত বহু সময়ত হাৰ্ট এটেক বা ব্ৰেইন এটেকো আহে।

খাদ্য খোৱাৰ পিছত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে

আয়ুৰ্বেদিক বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ লগে লগে পানী খোৱা পৰিহাৰ কৰিব লাগে। ইয়াৰ কাৰণ হ’ল আমাৰ পেটটো গৰম হৈ থাকে যিয়ে খোৱা খাদ্য হজম কৰাৰ কাম কৰে। এনে অৱস্থাত আমি যেতিয়া খাদ্য খোৱাৰ লগে লগে পানী খাওঁ তেতিয়া আমাৰ পেটত থকা পঞ্চাগ্নি ঠাণ্ডা হৈ পৰে। যাৰ বাবে খাদ্য হজম প্ৰক্ৰিয়াটো ঠাণ্ডা হৈ পৰে। যদি আপুনি আধা ঘণ্টা খাদ্য খোৱাৰ পিছত পানী খায় তেন্তে ইয়াৰ কোনো সমস্যা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক