--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে শৰীৰতো বহু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ শীতকালত স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আজিকালি চকুৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। শীতকাল আগবাঢ়ি যোৱাৰ লগে লগে শুকান বতাহ বলি থাকে, যাৰ বাবে চকুত জ্বলা-পোৰা আৰু খজুৱতিৰ দৰে সমস্যা আৰম্ভ হয়। আজিকালি মানুহৰ চকু শুকান হোৱা সমস্যা হয়। যদি আপুনি এই সমস্যাৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে কিছুমান টিপছ অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।

১) চকু স্পৰ্শ নকৰিব- চকুত খজুৱতি বা জ্বলা-পোৰাৰ অনুভূতি হ’লে হাত স্পৰ্শ নকৰাকৈ শান্তি নাথাকে। কিন্তু এই সাময়িক সকাহৰ বাবে সংক্ৰমণ হ’ব পাৰে। গতিকে চকুত জ্বলা-পোৰা হ’লে চকু স্পৰ্শ কৰাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ পৰিৱৰ্তে ঠাণ্ডা পানীৰে চকু ধুব লাগে।

২) পৰ্যাপ্ত পৰিমাণে পানী খোৱা- শৰীৰত পানীৰ অভাৱত চকু শুকান হ’ব পাৰে। শীতকালত মানুহে কম পানী খায়, যাৰ বাবে চকুৰ ক্ষতি হ’ব পাৰে আৰু চকু শুকান হোৱাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে চকু শুকান হোৱাৰ পৰা আঁতৰি থাকিব বিচাৰিলে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

৩) হিটাৰৰ পৰা আঁতৰি থাকক- বেছিভাগ মানুহেই শীতকালত ৰুম হিটাৰ ব্যৱহাৰ কৰে। ঠাণ্ডা দূৰ কৰাটো ঠিকেই আছে, কিন্তু চকুৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। অতিমাত্ৰা হিটাৰ ব্যৱহাৰৰ বাবে চকু শুকান হোৱাৰ সমস্যা হ’ব পাৰে।

৪) চকুত গোলাপজল দিব- যদি আপোনাৰ চকুত জ্বলা-পোৰা হয়, তেন্তে চকুত গোলাপজল দিব। এনে কৰিলে চকু পৰিষ্কাৰ হ’ব। খজুৱতি আৰু জ্বলা-পোৰাৰ পৰা মুক্তি পাব। গোলাপজল দি চকুৰ শুকান ভাৱ দূৰ কৰিব পাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু