--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পৰ অহৰহ হেঁচাৰ পৰিপ্ৰেক্ষিতত ২০৩৫ চনৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা ব্যয়ৰ বাবে ডি ডি পিৰ ৫ শতাংশ বার্ষিক বিনিয়োগ

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ হেঁচাত সেও মানি নাটোৰ নেতাসকলে বুধবাৰে ইয়াৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা বাজেট বৃদ্ধি কৰিবলৈ বাধ্য হয়।


ৰাষ্ট্ৰপতি ট্রাম্পৰ অহৰহ হেঁচাৰ পৰিপ্ৰেক্ষিতত ২০৩৫ চনৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা ব্যয়ৰ বাবে ডি ডি পিৰ ৫ শতাংশ বার্ষিক বিনিয়োগ কৰিবলৈ সন্মত হয় নাটোৰ দেশসমূহৰ নেতাসকল।


ইয়াৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে দৃঢ়ভাবে প্রjnhbgvfcxdzতিশ্রুতি দিয়ে যে যদি নাটোৰ দেশসমূহত আক্ৰমণ সংঘটিত হয়, তেনেহ'লে আমেৰিকাই সামৰিক সাহায্য আগবঢ়াব। নেডাৰলেণ্ডৰ দ্য হেগত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনত নাটোৰ দেশসমূহৰ নেতাই এই সিদ্ধান্ত লয়। নাটোৰ ৩২খন দেশৰ নেতাই শীর্ষ সন্মিলনৰ পাছত চূড়ান্ত বিবৃতি দি কয় যে ২০৩৫ চনৰ ভিতৰত নাটোৰ দেশসমূহৰ প্ৰতিৰক্ষা আৱশ্যকতাৰ বাবে জি ডি পিৰ ৫% বার্ষিক বিনিয়োগ কৰিব।


আনহাতে, নাটোৰ অন্যতম দেশ স্পেইনে ইতিমধ্যে কৈছে যে দেশখনে এই লক্ষ্য পূৰণ কৰিব নোৱাৰিব। স্পেইনে ট্রাম্পৰ এই প্ৰস্তাৱক বিৰোধিতা কৰি আজি শীর্ষ সম্মিলনখনত নেতাসকলৰ পৰা একাষৰীয়াকৈ থকা দেখা যায়।


আনহাতে, কানাডায়ো এই লক্ষ্যত উপনীত হ'ব নোৱাৰিব বুলি ঘোষণা কৰে। ইফালে, ৰাছিয়া আৰু ইউক্রেইনৰ সীমান্তত থকা পোলেণ্ড, তিনিখন বাল্টিক ৰাষ্ট্ৰ আৰু নর্ডিক দেশে জি ডি পিৰ ৫% শতাংশ ব্যয়ৰ সিদ্ধান্ত গ্রহণ কৰি ব্রিটেইন, ফ্রান্স, জার্মানি আৰু নেডাৰলেণ্ডৰ সৈতে সহমত ব্যক্ত কৰে। বিশেষকৈ ৰাছিয়াক প্রতিহত কৰাৰ বাবে আমেৰিকাৰ সমর্থনত নাটোৰ দেশসমূহে এই সিদ্ধান্ত লৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক