--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ছাত্ৰই পৰীক্ষা দিবলৈ গৈ দেখে যে গোটেই পৰীক্ষা কেন্দ্ৰটোত তেওঁৱেই মাত্ৰ ল’ৰা আৰু বাকীবোৰ সৱ ছোৱালী। এই দৃশ্য দেখি তেওঁ অস্বত্বি অনুভৱ কৰিবলৈ ধৰে। পৰীক্ষা কেন্দ্ৰটোত আছিল ৫০০ গৰাকী ছাত্ৰী আৰু তেওঁৱেই আছিল একমাত্ৰ ছাত্ৰ। সেইবাবেই এই ছাত্ৰজন নাৰ্ভাছ হৈ অজ্ঞান হৈ পৰে।

এই ঘটনা বিহাৰৰ নালন্দাৰ। ছাত্ৰজনৰ পৰিয়ালে জনায় যে ইমানবোৰ ছোৱালী একেলগে দেখাৰ পাছত তেওঁ নাৰ্ভাছ হৈ পৰিছিল আৰু পাছত তেওঁ অজ্ঞান হৈ পৰিছিল। বৰ্তমান ছাত্ৰজন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তেওঁৰ চিকিৎসা অব্যাহত আছে। 
बिहार इंटर परीक्षा: परीक्षा सेंटर पर 500 लड़कियों को देख बेहोश हुआ छात्र
এই অদ্ভুত ঘটনাটো নালন্দাত সংঘটিত হৈছিল ইণ্টাৰমিডিয়েট পৰীক্ষাৰ সময়ত। বিহাৰ ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়ত পৰীক্ষা হলত ছাত্ৰজন অচেতন হৈ পৰে আৰু তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ছাত্ৰজনৰ নাম মনীষ শংকৰ আৰু বয়স ১৭ বছৰ।

ছাত্ৰ মনীষ শংকৰ ৫০০ গৰাকী ছাত্ৰীৰ মাজত পৰীক্ষা কেন্দ্ৰত অকলে বহি আছিল। গণিতৰ পৰীক্ষা দিবলৈ গৈছিল মনীষ শংকৰে। অধিক ছোৱালীৰ মাজত বহি থকাৰ বাবে তেওঁ ইমানেই নাৰ্ভাছ হৈ পৰিল যে পৰীক্ষা দিয়াৰ সলনি তেওঁ অজ্ঞান হৈ পৰে। 
Nalanda news only boy among 500 girls giving exam fainted and fell there  au568 | 500 लड़कियों के बीच लड़का दे रहा था एग्जाम, नर्वस में हो गया बेहोश;  अस्पताल में आया
উল্লেখ্য যে আল্লামা ইকবাল কলেজৰ ছাত্ৰ মনীষ শংকৰৰ পৰীক্ষা কেন্দ্ৰ আছিল সুন্দৰগড়ৰ ব্রিলিয়েণ্ট কনভেন্ট স্কুল। উল্লেখ্য যে চিকিৎসালয়ত বহু ঘণ্টাৰ পাছতহে হুঁচ আহে মনীষ শংকৰৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক