--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্ক আম্বাৰৰ গীত "ছানশ্বাইন অৰ নট ইউ এণ্ড আই উইল বি টুগেদাৰ..."ৰ কেইটামান শাৰীত নিজৰ প্ৰেম প্ৰকাশ কৰিছে কৰীনা কাপুৰ খানে। এই বাৰ্তা তেওঁ ভগ্নী কৰিশ্মা কাপুৰলৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। বলীউডৰ কৰিশ্মা কাপুৰে মঙলবাৰে পঞ্চাশ বছৰ সম্পূৰ্ণ কৰিলে। এই বিশেষ দিনটোত তেওঁৰ কাষত আছে তেওঁৰ ভগ্নী কৰীনা।

এটা উষ্ম আৰু হৃদয়স্পৰ্শী ভিডিঅ’ শ্বেয়াৰ কৰি কৰীনাই লিখিছে- ‘‘বায়েক তেওঁৰ জীৱনৰ প্ৰকৃত নায়ক।’’ লগতে ৫০তম জন্মদিনৰ দিনা তেওঁ সোঁৱৰাই দিলে যে ‘৫০ হ’ল নতুন ৩০’, অৰ্থাৎ বুঢ়া অনুভৱ কৰাৰ কোনো কাৰণ নাই। ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰিশ্মাই ভনীয়েকৰ লগত খাই, সাজ-পোছাক পিন্ধি, আড্ডা মাৰি, হাঁহি, নাচি-গান আৰু নিজৰ সন্তানৰ লগত ধেমালি কৰি কটোৱাটেই বিচাৰে তাইৰ সৰু ভনীয়েক বেবোৱে।

কৰীনা আৰু কৰিশ্মাৰ বন্ধুত্ব বলীউডত অতি পৰিচিত। বেছিভাগ সময়তে এই দুগৰাকী ভগ্নীয়ে ব্যক্তিগত সময় কটোৱা দেখা যায়। আনকি তেওঁলোকৰ নিজৰ বন্ধুৰ দল আছে, দুয়োজনী ভগ্নীৰ বন্ধু প্ৰায় একেই। ১৯৭৪ চনৰ ২৫ জুনত জন্মগ্ৰহণ কৰিছিল কৰিশ্মাৰ। ভনীয়েক তাৰ তুলনাত ছবছৰ সৰু।

আজিৰ দিনটোত কৰীনাই নিজৰ ইনষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰা ভিডিঅ’টোত, কৰিছমাৰ শৈশৱৰ ছবিৰ পৰা নতুন প্ৰজন্মৰ সৈতে কৰা ছবিলৈকে অন্তৰ্ভুক্ত কৰা হৈছে। কৰিশ্মাৰ দুই পুত্ৰ আৰু কৰীনাৰ দুই পুত্ৰৰ সৈতে তাতেই বন্দী হৈছিল পিতৃ ৰণধীৰ কাপুৰ আৰু মাতৃ ববিতাৰ সৈতে বিভিন্ন মুহূৰ্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ