--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিলে অসামৰিক সেৱা পৰীক্ষা (UPSC CSE 2022)ৰ চূড়ান্ত ফলাফল। এই পৰীক্ষাত চি এছ ই ২০২২ত শীৰ্ষস্থান দখল কৰিছে ঈশিতা কিশোৰে। একে সময়তে গৰিমা লোহিয়াই দ্বিতীয় স্থানত থকাৰ বিপৰীতে তৃতীয় স্থানত আছে উমা হাৰাথি এন চতুৰ্থ স্থান দখল কৰিছে স্মৃতি মিশ্ৰ আৰু পঞ্চম স্থান লাভ কৰিছে ময়ূৰ হাজৰিকাই। এই ফলাফল ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত উপলব্ধ৷


UPSC CSE 2022 ট’পাৰ ঈশিতা কিশোৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক। তেওঁৰ কলেজৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত তেওঁক গণ্য কৰা হৈছিল। নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে ঈশিতাই কেৱল পৰিয়াললৈ কৃতিত্ব কঢ়িয়াই অনাই নহয়, কলেজলৈও কৃতিত্ব বহন কৰিছে।


এইবাৰ UPSC CSE 2022 পৰীক্ষাত ছোৱালীয়ে ল’ৰাৰ তুলনাত জয়যাত্ৰা অধিক বজাই ৰাখিছে। এইবাৰ শীৰ্ষ ৫ ৰ ভিতৰত আছে চাৰিগৰাকী ছোৱালী। ইয়াৰ ভিতৰত ঈশিতা কিশোৰে শীৰ্ষস্থান দখল কৰাৰ লগতে গৰিমা লোহিয়া দ্বিতীয় স্থানত আছে, তৃতীয় স্থানত উমা হাৰাথি এন আৰু চতুৰ্থ স্থানত আছে স্মৃতি মিশ্ৰ৷ আৰু পঞ্চম স্থানত আছে অসম সন্তান ময়ূৰ হাজৰিকা৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ