--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিংবদন্তি অমিতাভ বচ্চন এগৰাকী মহাকাশ অনুৰাগীও হয়। বিগ বি অমিতাভ বচ্চনে শেহতীয়াকৈ আকাশত পাঁচটা গ্ৰহৰ পেৰেডৰ বিৰল দৃশ্য অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছিল। তেওঁ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত পাঁচটা গ্ৰহৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই গ্ৰহকেইটা আছিল বুধ, শুক্ৰ, মংগল, বৃহস্পতি, আৰু ইউৰেনাছ।

ভিডিঅ’টোত দেখা গৈছে যে এই পাঁচোটা গ্ৰহে যেন এডাল সৰলৰেখাত অৱস্থান কৰিছে। ই ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক আচৰিত কৰি তুলিছে।

অমিতাভ বচ্চনে ভিডিঅ’টোৰ কেপচনত লিখিছে 'What A Beautiful Sight...! 5 Planets Aligned Together Today... Beautiful And Rare... Hope You Witnessed It too.’ 

চাওক ভিডিঅ


পোষ্ট কৰাৰ পিছৰে পৰা এই ইনষ্টাগ্ৰাম ভিডিঅ’টোৱে কোটি কোটি মানুহৰ কাষ চাপিছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ৰেৰেষ্ট অৱ ৰেয়াৰ এষ্ট্ৰ’নমিকেল মমেণ্ট। আন এজন ব্যৱহাৰকাৰীয়ে ক’লে, “তেওঁ মোক টেলিস্কোপ কিনিবলৈ বাধ্য কৰাইছে... অমিতাভ জী সম্পূৰ্ণ প্ৰভাৱশালী ব্যক্তি।”

এজনে লিখিছে “অমিতাভ বচ্চন সঁচাকৈয়ে হাত দীঘল মানুহ।“ 

নাছাৰ বিজ্ঞানী বিল কুকে জনাইছিল যে ''২৮ মাৰ্চত এই গ্ৰহসমূহ দৃশ্যমান হ’ব আৰু উজ্জ্বল জোনৰ সৈতে জিলিকি থাকিব।''











FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ