--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ ইতিহাসত বহুতো ৰোমান্টিক ছবি নিৰ্মাণ হৈছে।এনে বহুতো ছবি যি মানুহৰ মন জয়ী কৰি আহিছে ৷ বলীউডৰ কিছুমান ছবি, যিবোৰ দৰ্শকৰ মাজত ইমানেই উন্মাদ হৈ পৰিছিল যে এবছৰৰ পাছতো পৰ্দাৰ পৰা আঁতৰা নাছিল।আজি আমি এনে এখন ছবিৰ বিষয়ে আলোচনা কৰিম ৷ 

Raja Hindustani Turns 23: 10 Facts About Aamir Khan, Karisma Kapoor's 1996  Romantic Film - Zee5 News

এই ছবিখনৰ নাম ৰাজা হিন্দুস্তানী ৷ এই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আমিৰ খান আৰু কৰিশ্মা কাপুৰে। ১৯৯৬ চনত মুক্তি পোৱা এই ছবিখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। এই ছবিখনৰ পৰিচালক আছিল ধৰ্মেশ দৰ্শন। 

Four reasons to revisit Aamir Khan's 'Raja Hindustani' on its 25th  anniversary


‘ৰাজা হিন্দুস্তানী’ ছবিখনত আমিৰ খান আৰু কৰিশ্মা কাপুৰৰ যুটিক দৰ্শকে যথেষ্ট ভাল পাইছিল। ছবিখনৰ সকলো গীত জনপ্ৰিয় হৈছিল আৰু টাইটেল ট্ৰেকটো মানুহৰ প্ৰিয় হৈ পৰিছিল।
Aamir Khan's Controversial Kiss with Karisma Kapoor in Raja Hindustani –  Blast From the Past - Masala.com


‘ৰাজা হিন্দুস্তানী’ এখন ৰোমান্টিক ছবি যাৰ বাজেট আছিল মাত্ৰ ৫.৭৫ কোটি টকা। কিন্তু যেতিয়া ছবিখন মুক্তি পালে তেতিয়া ই বক্স অফিচত ইমানেই ধুমুহাৰ সৃষ্টি কৰিলে যে ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হ’ল।তথ্য অনুসৰি আমিৰ খান আৰু কৰিশ্মা কাপুৰ অভিনীত এই ছবিখন সপ্তাহ বা মাহ নহয়, প্ৰায় এবছৰ ধৰি ছবিগৃহত থাকিল।
Watch Raja Hindustani Online | 1996 Movie | Yidio

৫.৭৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে ভাৰতত বক্স অফিচত ৪৩.২০ কোটি টকাৰ দৰ্শনীয় সংগ্ৰহ লাভ কৰে। আনহাতে ৱৰ্ল্ডৱাইড ৰাজা হিন্দুস্তানীয়ে ৭৬.৩৪ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। আমোদজনক যে এই ছবিখন ফিল্মফেয়াৰত ৮ বছৰ মনোনীত হৈছিল। এই ছবিখনৰ বাবে আমিৰ খানে প্ৰথম শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ