--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে সুন্দৰকৈ থাকিব বিচাৰে। মানুহে সদায় যুৱ হৈ থাকিব বিচাৰে। কোনোবা বয়সীয়াল হ’লে তেওঁৰ ডেকা দিনবোৰৰ কথা সদায় মনত পৰে। বহু সময়ত মানুহ এজনৰ ভাল অভ্যাসেই  ডেকা কৰি ৰাখে। গতিকে ৬০ বছৰ বয়সতো যদি আপুনি ৩০ বছৰৰ দৰে দেখাটো বিচাৰে তেন্তে আজিৰ পৰা কিছু ভাল অভ্যাস গ্ৰহণ কৰক।


১) পৰ্যাপ্ত পৰিমাণে শুব লাগেঃ  প্ৰথম কথা, যদি আপুনি যুৱ হৈ থাকিব বিচাৰে তেন্তে সম্পূৰ্ণৰূপে আপোনাৰ টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ টোপনিৰ সম্পূৰ্ণ যত্ন লওক আৰু শৰীৰক পৰ্যাপ্ত বিশ্ৰাম দিবলৈ চেষ্টা কৰক।

 ২) সুষম আহাৰঃ  এজন ব্যক্তিয়ে সদায় সুষম আহাৰ  নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আচলতে নিজকে সৰু কৰি ৰাখিবলৈ ভাল খাদ্যাভ্যাসো অতি প্ৰয়োজনীয়। গতিকে সতেজ ফলমূল আৰু শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। বেছিকৈ মাংস খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি কেৱল শাক-পাচলি খায় তেন্তে অত্যধিক ভজা খাদ্য আপোনাৰ বাবে ভাল নহয়।

৩) দৈনিক শাৰীৰিক ক্ৰিয়া-কলাপৰ প্ৰয়োজনঃ নিজকে ফিট কৰি ৰাখিবলৈ আপোনাৰ মানসিক স্বাস্থ্যও অতি গুৰুত্বপূৰ্ণ। গতিকে দৈনিক ব্যায়াম বা ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলক। শাৰীৰিক ক্ৰিয়া-কলাপ কৰিলে আপুনি সদায় ফিট হৈ থাকিব আৰু বয়স বৃদ্ধিৰ লগে লগে নিজকে ডেকা অনুভৱ কৰিব।

৪) মদ আৰু চিগাৰেট ত্যাগ কৰকঃ  যদি আপুনি মদ বা চিগাৰেট খায়  তেন্তে এৰি দিয়ক। এই অভ্যাসবোৰে বয়সৰ আগতেই বুঢ়া কৰি তোলে। গতিকে এনেধৰণৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিলে আপোনাক ফিট কৰি ৰখাত সদায় সহায়ক হয়। যদি আপুনি এই অভ্যাসবোৰ আকোৱালি লয় তেন্তে ই আপোনাক বয়সৰ আগতেই মৃত্যুৰ মুখলৈও লৈ যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement