--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিছুমান কামেৰে মানুহৰ হৃদয় প্ৰায়ে জয় কৰি থাকে। শেহতীয়াকৈ পুনৰ এই কথাৰ প্ৰমাণ পোৱা গ’ল। আপোনালোকে সকলোৱে জানে যে শ্বাহৰুখ খানৰ ফেন ফ’ল’ৱাৰ বহুত বেছি। শেহতীয়াকৈ কিং খানে তেওঁৰ এগৰাকী ৬০ বছৰীয়া ফেন আৰু কেন্সাৰ আক্ৰান্ত মহিলাৰ শেষ ইচ্ছা পূৰণ কৰিলে। ইয়াৰ লগতে তেওঁ ভিডিঅ’ কলত মহিলাগৰাকীৰ সৈতে কথা পাতি চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই কথা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে কিং খানক প্ৰশংসাৰে  উপচাই পেলাইছে।

শ্বাহৰুখ খানে শিৱানী নামৰ এগৰাকী ৬০ বছৰীয়া মহিলা অনুৰাগীৰ কথা জনাৰ লগে লগে লগে লগে তেওঁক ভিডিঅ’ কল কৰি প্ৰায় ৪৫ মিনিটমান কথা পাতিলে। কেন্সাৰ ৰোগত আক্ৰান্ত শিৱানীয়ে এতিয়ালৈকে শ্বাহৰুখ খানৰ সকলো চিনেমা চাইছে। শিৱানী শ্বাহৰুখ খানৰ ইমানেই ডাঙৰ ফেন যে কেন্সাৰৰ চিকিৎসাৰ সময়তো তেওঁ ‘পাথান’ চাবলৈ চিনেমা হললৈ গৈছিল। শিৱানীয়ে শ্বাহৰুখ খানৰ সৈতে এবাৰ কথা পতাৰ সপোন পুহি ৰাখিছিল। এই কথা গম পোৱাৰ লগে লগেই শ্বাহৰুখ খানে মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰে।

শিৱানীৰ কথা-বতৰা পাতি শ্বাহৰুখ খানে কলকাতালৈ আহি তেওঁক ব্যক্তিগতভাৱে লগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে শিৱানীয়ে ৰন্ধা মাছৰ তৰকাৰীও খোৱাৰ কথা ক’লে কিং খানে। এটা সাক্ষাৎকাৰৰ সময়ত শিৱানীৰ কন্যাই জনায় যে- ''শ্বাহৰুখে খানেও মোৰ মাৰ বাবে প্ৰাৰ্থনা  কৰে। ইয়াৰ লগতে তেওঁ মাৰ কেন্সাৰ চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে।''













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে