--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভণিৰে পৰাই বেটিং ভাঙি পৰিল। এটা সময়ত ৯৬ ৰানত ৫ উইকেট পৰিল। তাৰ পৰাই তৃতীয় টেষ্টত নিম্ন ক্ৰমৰ বেটছমেনৰ সৌজন্যত পাকিস্তানে কিছু সুৰক্ষা লাভ কৰে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত পাকিস্তানে ৩১৩ ৰান সংগ্ৰহ কৰে মহম্মদ ৰিজৱানৰ ফাইটবেক আৰু আগা ছলমান আৰু আমিৰ জামালৰ লেট অনে। অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সৰ গ্ৰেট বলিং।

বুধবাৰে কামিন্সে এক নজিৰ গঢ়ি তোলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক উইকেট লোৱা খেলুৱৈ। ৩৮খন মেচত তেওঁৰ ১৬৩টা উইকেট।

কামিন্সৰ পাছতে আছে সতীৰ্থ নাথান লায়নে ১৬২ টা উইকেটেৰে। তৃতীয় স্থানত আছে ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন (১৪৮)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক