--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৬,৭ আৰু ৮ জুনত তৈল নগৰী দুলীয়াজানত চৰ্তুথ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হব। BCAI অধীনত অসম পাঞ্জা সন্থা আৰু দুলীয়াজান শাখা পাঞ্জা সন্থাৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দুলীয়াজান ক্লাবত তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া চৰ্তুথ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ ১৭ খন ৰাজ্যৰ প্ৰায় চাৰি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। 

ইতিমধ্যে প্ৰস্ততি পূৰ্ণগতিত অব্যাহত থকা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ১৫ বছৰ অনুৰ্ধ্বৰ পৰা গ্ৰেণ্ড মাষ্টাৰ লৈকে প্ৰতিযোগিতা অনুষ্ঠিত হব ।পোন প্ৰথমবাৰৰ বাবে উজনি অসমৰ তৈল নগৰী দুলীয়াজানত আয়োজন কৰা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈ সকলৰ থকা খোৱাৰ বাবে ডিব্ৰুগড়,তিনিচুকীয়া আৰু দুলীয়াজানত বহু কেইখন হোটেল আৰু ৰিৰ্জটত সু ব্যৱস্থা কৰা হৈছে বুলি আয়োজক সমিতিয়ে দুলীয়াজানত এক সংবাদ মেলৰ জড়িয়তে জানিবলৈ দিছে।এই প্ৰতিযোগিতাত আগন্তুক গ্ৰীচত হবলগা বিশ্ব পাঞ্জা  প্ৰতিযোগিতা ভাৰতৰ দলটিক নিৰ্বাচিত কৰিব ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ