--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৮ সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ বৃহ ৎ সাফল্য। শুকুৰবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মিডিয়া কেন্দ্ৰত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। অনুষ্ঠানটো চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত কৰা হৈছিল। যি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত আছে।

এই বঁটাৰ বিষয়ে ঘোষণা কৰাৰ লগে-লগে উচাহৰ ঢল নামিছে অসমৰ চলচিত্ৰ জগতলৈ। অসমৰ কেইবাখনো চলচিত্ৰই আঁজুৰিলে সন্মান। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ ছবিয়ে পুনৰ এবাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। 
মানাহ আৰু মানুহ (Manah Aru Manuh (Manas and People))নামৰ ছবিখনে আঁজুৰিলে শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰ বঁটা। দীপ ভূঞা পৰিচালিত ‘মানাহ আৰু মানুহ’লৈ শ্ৰেষ্ঠ পৰিৱেশমূলক ছবিখন কৃপাল কলিতাৰ ব্ৰীজ ছবিখনে লাভ কৰে ৰজত কমল বঁটা।
আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিলৈ শ্ৰেষ্ঠ ডিমাছা ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ‌লগতে ছবিখনত অভিনয়ৰ বাবে আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ‘জুৰীৰ বিশেষ উল্লেখ’ সন্মান ।

আনহাতে, অসমৰ খঞ্জন কিশোৰ নাথৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত কাৰ্বি চলচ্চিত্ৰ 'কাচিচিনিথু' (দ্য বয় উইথ এ গান)য়ে শ্ৰেষ্ঠ চুটি কল্পকাহিনী চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰিছে।

পৰিচালক কৃপাল কলিতাৰ ছবি 'ব্ৰীজ'ক শ্ৰেষ্ঠ অসমী চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে আৰু ৰজত কমল লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’