--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চিনেমা বঁটা বিজয়ীৰ তালিকা ঘোষণা কৰা হ’ল। ২৪ আগষ্টত সংবাদমেলত বিভিন্ন শিতানত ৰাষ্ট্ৰীয় বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া আৰু অভিনন্দনৰ স্ৰোত বয়। য'ত বিজয়ী তাৰকাসকলে ইজনে সিজনক অভিনন্দন জনাইছে আৰু অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাক অভিনন্দন জনাইছে।

ইফালে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট লিখিছে য’ত ৰাষ্ট্ৰীয় বঁটা বিজয়ী সকলোকে জয়ৰ বাবে অভিনন্দন জনাইছে। ইয়াৰ সমান্তৰালকৈ কংগনাই তেওঁৰ অনুৰাগীসকলকো কয় যে যদি ‘থালাইভি’ৰ পৰা আপোনালোকৰ আশা আছিল আৰু আপোনালোক হতাশ হৈছে, তেন্তে চিন্তা নকৰিব। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ঘোষণাৰ পূৰ্বে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা শাখাৰ বাবে আলিয়া ভাট আৰু কংগনা ৰানাৱটৰ নাম সৰ্বাধিক চৰ্চিত হৈছিল। কিন্তু এইবাৰ কংগনাক পাছ পেলাই আলিয়াই শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিছে। সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ‘গংগুবাই কাঠিয়াৱাড়ী’ ছবিৰ বাবে আলিয়াই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। একে সময়তে আল্লু অৰ্জুনে পুষ্পা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ