--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকু যাদৱ নামৰ নয়দাৰ সৰু ল’ৰা এটাই মাত্ৰ ৭০০ টকাত মহিন্দ্ৰা থাৰ কিনাৰ ইচ্ছা প্ৰকাশ কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ক্লিপটোত পিতৃ আৰু তেওঁৰ কণমানি পুত্ৰ চিকুৰ মাজত হোৱা কথা-বতৰা দেখা গৈছে। তাত ৭০০ টকাত থাৰ কিনাৰ বিষয়ে আলোচনা কৰা হৈছে।

মহিন্দ্ৰা গোটৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰো দৃষ্টি আকৰ্ষণ কৰে ভিডিঅ’টোৱে। আমোদ পাই আনন্দ মহিন্দ্ৰাই এক্সত (পূৰ্বে টুইটাৰ) ভিডিঅ’টো শ্বেয়াৰ কৰিলে, লগতে কেপচন লিখিলে- “আমি সোনকালে দেউলীয়া হৈ যাম।’’

“মোৰ বন্ধু ছুনী তাৰাপোৰেভালাই মোলৈ এই ভিডিঅ’ পঠিয়াইছিল। মই চিকুক ভাল পাওঁ। কিন্তু মোৰ একমাত্ৰ সমস্যাটো হ’ল যে যদি আমি তেওঁৰ দাবীৰ বৈধতা দি থাৰখন ৭০০ টকাত বিক্ৰী কৰি দিওঁ তেন্তে আমি যথেষ্ট সোনকালে দেউলীয়া হ’ম।’’- ভিডিঅ’টোৰ সৈতে মহিন্দ্ৰাই এক্সত পোষ্ট কৰে।

প্ৰথমে জুলাই মাহত ছিকুৰ ইনষ্টাগ্ৰাম পেজত প্ৰকাশ পোৱা চিকু আৰু তেওঁৰ পিতৃৰ মাজত হোৱা এই ভিডিঅ’টোৱে জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ৭ লাখৰো অধিক ভিউ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক