--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দীঘলীয়া সন্ধানৰ পৰিসমাপ্তি ঘটিল মহাকাশত৷ প্ৰায় এবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত নিৰুদ্দেশ হোৱা দুটা বিলাহীৰ ছবি প্ৰকাশ কৰিছে নাছাই৷মহাকাশচাৰী ফ্ৰেংক ৰুবিঅ’ই মহাকাশত ৩৭১ দিনীয়া অভিলেখ ভংগকাৰী অভিযানৰ সময়ত কৰা পৰীক্ষাৰ অংশ আছিল এই দুটা বিলাহী।

২০২২ চনত অনুষ্ঠিত হোৱা এক্সপ’জড ৰুট অন-অৰ্বিট টেষ্ট চিষ্টেম (XROOTS) পৰীক্ষাৰ সময়ত প্ৰথমতে বিলাহীদুটাত ভুল ঠাইত ৰখা হৈছিল, যিয়ে ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে হাইড্ৰ’পনিক আৰু এৰ’পনিক উদ্ভিদ বৃদ্ধিৰ কৌশল অন্বেষণ কৰে৷উল্লেখ্য যে গৱেষণাত পানীহীন আৰু সামান্য কুটিল যদিও উল্লেখযোগ্যভাৱে মাইক্ৰ’বায়’লজিকেল বা ভেঁকুৰৰ বৃদ্ধিৰ পৰা মুক্ত হোৱা দেখা গৈছিল।

আই এছ এছত ৰুবিঅ’ৰ কাৰ্যকাল কেৱল এই বিলাহীৰ বিষয়ে গৱেষণাই নাছিল;বিজ্ঞানীজনে ভিইজি-০৫ অধ্যয়নতো অৰিহণা যোগাইছিল, যাৰ লক্ষ্য হৈছে মহাকাশত এক বহনক্ষম সতেজ খাদ্য উৎপাদন ব্যৱস্থা স্থাপন কৰা।এই গৱেষণা ভৱিষ্যতৰ দীৰ্ঘম্যাদী অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ য’ত মহাকাশচাৰীসকলে জীৱিকাৰ বাবে মহাকাশত উৎপাদিত শস্যৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷উল্লেখ্য যে,মহাকাশ কৃষিৰ ক্ষেত্ৰত নাছাৰ প্ৰচেষ্টাই ভৱিষ্যতৰ চন্দ্ৰ আৰু মংগল গ্ৰহৰ অভিযানৰ পথ প্ৰশস্ত কৰাই নহয়, পৃথিৱীত উদ্ভিদ খেতিৰ বিষয়ে আমাৰ বুজাবুজিও বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক