--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৰুতৰ ভাবে আহত লোকজনক পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ চিকিৎস্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে নিশা মৃত্যু হয় দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ।

ডিজিটেল ডেস্কঃ তিতাবৰৰ কমাৰবন্ধা আলিৰ তেলিয়াপট্টি দিশৰ পৰা তিতাবৰ অভিমুখে তীব্ৰ গতিৰে আহি থকা AS 03 CC- 5701 নম্বৰৰ এপে এখনে একে দিশেৰে খোজ কাঢ়ি আহি থকা নামচুঙী অঞ্চলৰ চাপৰিচুক গাঁৱৰ প্ৰভাত বৰা নামৰ লোকজনক খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।


চুঙী আলিৰ ভগনীয়া গাঁৱৰ বাখৰ বড়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা। গুৰুতৰ ভাবে আহত লোকজনক পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ চিকিৎস্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে নিশা মৃত্যু হয় দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ।


ইতিমধ্যে ঘটনা সংঘটিত কৰি তিতাবৰৰ আমগুৰিখাটৰ পংকজ কুমাৰ বৰা নামৰ নিচাসক্ত চালকজনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰাৰ লগতে ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন