--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়া পথাৰত কৃষকে কাটিব পৰা নাই ধান। তাৰ মাজতে পথাৰত গজৰাজৰ আগমনে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক।

ডিজিটেল ডেস্ক : কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা জলাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে বৃহৎ বন্যহস্তীৰ জাক। প্ৰকাণ্ড হাতীৰ জাকে নিদ্ৰা কাঢ়িছে কৃষকৰ। 


এতিয়া পথাৰত কৃষকে কাটিব পৰা নাই ধান। তাৰ মাজতে পথাৰত গজৰাজৰ আগমনে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক। কামপুৰ কঠীয়াতলীৰ তেলিয়াআটি তেতেলীসৰা,নৈপাম, আৰু বেঙেনাআটিত বন্যহস্তীৰ উপদ্ৰৱ।


উল্লেখযোগ্য যে এই বন্যহস্তীৰ জাকে কেইবাদিন ধৰি অঞ্চলটোত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। যোৱা কালি ৰাঙলুমুখ নৈপামত এগৰাকী মহিলা বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ লগতে এগৰাকী মহিলা আহত অৱস্থাত চিকিৎসাধীন হৈ আছে। গজৰাজৰ আগমনত ৰাইজে কেঁচা অৱস্থাত ধান কাটিব লগাত পৰিছে। বন বিভাগে অতি সোনকালে এক সু ব্যৱস্থা কৰি কৃষক ৰাইজক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাইজৰ অনুৰোধ ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন