--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • তৎপৰ বিশ্বনাথৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ,গাহৰি পালকক সজাগ আৰু সচেতন হোৱাৰ আহ্বান

ডিজিটেল ডেস্ক : বিশ্বনাথত অভিকেন্দ্ৰৰূপে ঘোষণা উত্তৰ মৰলগাঁও । তৎপৰ বিশ্বনাথৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ,গাহৰি পালকক সজাগ আৰু সচেতন হোৱাৰ আহ্বান।



উত্তৰ মৰলগাঁৱৰ বিশ্বজিৎ দাসৰ গাহৰি পামখনক নাভিকেন্দ্র (Epicenter) হিচাপে লৈ ১ কিলোমিটাৰ ব্যাসার্দ্ধৰ অন্তৰ্গত এলেকাসমূহক সংক্রমিত এলেকা হিচাপে আৰু নাভিকেন্দ্ৰৰ ১০ কিলোমিটাৰ ব্যাসার্দ্ধৰ অন্তৰ্গত এলেকাসমূহক পর্যবেক্ষণ এলেকা (Surveillance Zone) হিচাপে চিহ্নিত কৰিছে।


নাভিকেন্দ্ৰৰ অন্তৰ্গত এলেকা সমুহ হৈছে উত্তৰ মৰলগাঁও, বুঢ়ীগাং আৰু বালিপুখুৰী। আনহাতে চিহ্নিত পর্যবেক্ষণ এলেকা সমুহ হৈছে - বুঢ়ীগাং গাঁও পঞ্চায়ত, জৰাবাৰী গাঁও পঞ্চায়ত, মোনাবাৰী গাঁও পঞ্চায়ত, লেহুগাঁও গাঁও পঞ্চায়ত, খৰা শিমলু গাঁও পঞ্চায়ত, কুঁৱৰী গাঁও পঞ্চায়ত, মুখৰগড় গাঁও পঞ্চায়ত, গড়েহাগী-পানীভঁৰাল গাঁও পঞ্চায়ত আৰু বিশ্বনাথ চাৰিআলি পৌৰসভা অঞ্চল।


সংক্রমিত এলেকাৰ পৰা ১০ (দহ) কিলোমিটাৰ এলেকাত সকলোধৰণৰ গাহৰিৰ চলা-চল, গাহৰিৰ মাংস বিক্ৰী, দানা বিক্ৰী, গাহৰি বিক্ৰী আদিত প্রতিবন্ধকতা থাকিব। এই প্রতিবন্ধকতা অহা ৩০ দিন অথবা পুনৰ নিৰ্দেশনা জাৰি নোহোৱালৈকে বাহাল থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement