--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চাহ বাগিছা অঞ্চলত ভূমিপট্টা প্ৰদান কৰা প্ৰক্ৰিয়াতো ভেকোভাওনা আখ্যা আছাৰ। আদিবাসী লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আদি দাবী আছাৰ।

ডিজিটেল ডেস্ক: ঢেকিয়াজুলিত আছাৰ বাইক ৰেলী। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায়, জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি,আদিবাসী সকলক ভূমিপট্টা প্ৰদানৰ দাবীৰে প্ৰতিবাদী বাইক ৰেলী আছাৰ।


ন্যূনতম মজুৰি আইন ১৯৪৮ৰ আধাৰত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা, আদিবাসী লোকসকলক চৰকাৰে ভূমি আৱণ্টন দিয়া কাৰ্যক মালিক পক্ষই বিৰোধিতা কৰি আদালতত দ্বাৰস্থ হোৱা কাৰ্যৰ প্ৰতিক্ৰিয়া।


চাহ বাগিছা অঞ্চলত ভূমিপট্টা প্ৰদান কৰা প্ৰক্ৰিয়াতো ভেকোভাওনা আখ্যা আছাৰ। আদিবাসী লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আদি দাবী আছাৰ। 


২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমস্যাসমূহ সমাধান নকৰিলে বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।


শোণিতপুৰ জিলা সভাপতি আনন্দ তাঁতীয়ে। অশোক সিংহল মূৰ্দ্দাবাদ,বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু