--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তীব্ৰ বেগী অচিনাক্ত বাহনৰ খুন্দাত সোণালী বান্দৰটোৰ মৃত্যু।

ডিজিটেল ডেস্ক: চাপৰত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা এটি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু।


চাপৰ থানাৰ সন্মুখৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে তীব্ৰ বেগী অচিনাক্ত বাহনৰ খুন্দাত সোণালী বান্দৰটোৰ মৃত্যু।


পিছত স্থানীয় ৰাইজে মৃত বান্দৰটোক প্ৰত্যক্ষ কৰি বন বিভাগ আৰু চাপৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত চাপৰ যান-বাহন শাখাৰ আৰক্ষী আৰু বহলপুৰ আঞ্চলিক বন বিভাগৰ এটা দল উপস্থিত হৈ মৃত সোণালী বান্দৰটোক বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ যায়।


উল্লেখ্য যে চক্ৰশীলা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বিগত কেইদিনমান ধৰি চাপৰ অঞ্চলত সোণালী বান্দৰৰ এটা জাক বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ