--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন কৃষকে পথাৰৰ জাবৰ পুৰিবলৈ লওঁতেই বতাহত সেই জুই বাগৰি কাষৰ পকি থকা ধাননী পথাৰত জ্বলিবলৈ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক: মাজুলীৰ বৰুণচুকত সংঘটিত হৈছে এক কৰুণ ঘটনা। বৰুণচুক গাঁৱৰ ধাননি পথাৰত লাগিল জুই।


পথাৰত সোণগুটি চপোৱাৰ সময়তে মাজুলীৰ বৰুণচুকত ৰাইজৰ মাজত লাগিল হাহাকাৰ। কৃষক ৰাইজৰ সপোনৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই।


এজন কৃষকে পথাৰৰ জাবৰ পুৰিবলৈ লওঁতেই বতাহত সেই জুই বাগৰি কাষৰ পকি থকা ধাননী পথাৰত জ্বলিবলৈ আৰম্ভ কৰে।


লগালগ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও চাৰিজন খেতিয়কৰ পথাৰৰ প্ৰায় পাঁচ বিঘা মাটিত কৰি থোৱা ধান জাহ যায় জুইত।


কৃষকসকল ক্ৰমে মহানন্দ মিলি, দেৱৰাম মিলি, ৰণোজ পগাগ, বলিন মিলিৰ ধান নষ্ট হয়।


এই ঘটনাই সকলোৰে মন বেদনাত ভাৰাক্ৰান্ত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন