--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আইআইটি গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এখনি শৈক্ষিক সন্মিলন অংশগ্ৰহণ কৰে কনিষ্ঠ উদ্যমী গৰাকী । শিশুসকলক কেৱল ব্যৱহাৰ নকৰি প্ৰযুক্তি সৃষ্টিৰ প্ৰতি প্ৰেৰণা যোগাই শক্তিশালী ভেঁটি গঢ়াৰ বাবে আহ্বান জনাই বব চোপ্ৰাই ।

ডিজিটেল ডেস্কঃ আইভীস্কুল এআইৰ চিইঅ ৯ বছৰীয়া বব চোপ্ৰাৰ প্ৰেৰণাদায়ক ভাষণে সন্মোহত কৰে দেশ-বিদেশৰ বহুত বিশিষ্ট শিক্ষাবিদ, শৈক্ষিক খণ্ডৰ উদ্যমী ব্যক্তিক । 


আইআইটি গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এখনি শৈক্ষিক সন্মিলন অংশগ্ৰহণ কৰে কনিষ্ঠ উদ্যমী গৰাকী । শিশুসকলক কেৱল ব্যৱহাৰ নকৰি প্ৰযুক্তি সৃষ্টিৰ প্ৰতি প্ৰেৰণা যোগাই শক্তিশালী ভেঁটি গঢ়াৰ বাবে আহ্বান জনাই বব চোপ্ৰাই । 


ভীকেপ এডুভেন্সাৰ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আইআইটি গুৱাহাটীত এডু নেচন ছামিট, ২০২৫ শীৰ্ষক শৈক্ষিক সন্মিলনত অংশগ্ৰহণ কৰে শিশু উদ্যমী গৰাকী । এই সন্মিলনত দেশ-বিদেশৰ বহু প্ৰখ্যাত শিক্ষাবিদ, উদ্যোগ খণ্ডৰ নেতা, চৰকাৰী বিষয়া, উদ্যোগী আৰু যুৱ উদ্ভাৱক একেখন মঞ্চত একত্ৰিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন