--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোলকগঞ্জৰ সাত নম্বৰ ৱাৰ্ডৰ এগৰাকী নাবালিকাই চাউল গুড়ি কৰিবলৈ গৈছিল জাহাংগীৰ আলী মণ্ডলৰ মিলত। মিলত কোনো নথকাৰ সুযোগ লৈ লম্পট ফজৰ আলীয়ে কিশোৰীগৰাকীক বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলায়।

ডিজিটেল ডেস্ক:  গোলকগঞ্জত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণৰ প্ৰচেষ্টা এজন ইৰিক্সা চালকৰ। ইৰিক্সা চালকজন ফজৰ আলী বুলি চিনাক্ত।


গোলকগঞ্জৰ সাত নম্বৰ ৱাৰ্ডৰ এগৰাকী নাবালিকাই চাউল গুড়ি কৰিবলৈ গৈছিল জাহাংগীৰ আলী মণ্ডলৰ মিলত। মিলত কোনো নথকাৰ সুযোগ লৈ লম্পট ফজৰ আলীয়ে কিশোৰীগৰাকীক বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলায়।


কিশোৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰি নিজ গৃহলৈ দৌৰ মাৰে। আনহাতে লম্পট ফজৰ আলীয়ে নিজ ইৰিক্সালৈ গৌৰীপুৰ অভিমুখে পলায়নৰ প্ৰচেষ্টা চলায়।


গোলকগঞ্জ আৰক্ষীয়ে দুমৰদহৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লম্পট ইৰিক্সা চালক ফজৰ আলীক আটক কৰে। আনহাতে মিলৰ মালিক জাহাংগীৰ আলী মণ্ডল পলাতক হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?