--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • লাহৰীঘাটত অলিয়ে গলিয়ে এতিয়া যাত্ৰা পাৰ্টিৰ নামত নৰ্তকীৰ উদ্দাম নৃত্য। ডেকা যুৱকৰ কথা বাদেই নৰ্তকীৰ নৃত্যত মতিভ্ৰম ৫৫ - ৬০ বছৰীয়া বৃদ্ধৰো। এই ঘটনা বৰছলাৰ। দুদিন ধৰি চলিছে যাত্ৰা পাৰ্টি।

ডিজিটেল ডেস্কঃ লাহৰীঘাটত যাত্ৰা পাৰ্টিত নৰ্তকীৰ বিভৎস নৃত্য। নৰ্তকীৰ হাতৰ স্পৰ্শ সুখৰ বাবেই লুঙি পিন্ধিয়েই মঞ্চত উঠি চাচাই মাতিলে কাষলৈ। টকা দিলেই নৰ্তকীৰ স্পৰ্শ সুখ। চলিল বৃহৎ জুৱাৰ আদ্দা।


লাহৰীঘাটত অলিয়ে গলিয়ে এতিয়া যাত্ৰা পাৰ্টিৰ নামত নৰ্তকীৰ উদ্দাম নৃত্য। ডেকা যুৱকৰ কথা বাদেই নৰ্তকীৰ নৃত্যত মতিভ্ৰম ৫৫ - ৬০ বছৰীয়া বৃদ্ধৰো। এই ঘটনা বৰছলাৰ। দুদিন ধৰি চলিছে যাত্ৰা পাৰ্টি। 


ডিজেৰ উৎকট শব্দত পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ পৰিবেশ বিঘ্নিত। নৃত্যৰ তালে তালে নাছিছে যুৱক, চাচাহঁতে একেলগে। হাত মেলি মেলি নৰ্তকীৰ হাতৰ পৰশৰ বাবে হেতা ওপৰা। ৬০ বছৰীয়া চাচায়ো মঞ্চত উঠি নৰ্তকীক কৰমৰ্দনৰ বাবে আবাহন। টকাৰ নোট দেখুৱাই হাতমেলিছে স্পৰ্শ সুখৰ বাবে। 


নৰ্তকীয়ে মঞ্চৰ পৰাই টকা লৈ হাতৰ পৰশ দিছে। যাত্ৰা পাৰ্টিৰ কাষতে চলিছে বৃহৎ জুৱাৰ ঘাটি। লাখ লাখ টকাৰ জুৱা চলাইছে উদযাপক সমিতিয়ে। জুৱাৰ ঘাটিত সমাগম ঘটিছে অপৰাধী গৰু চোৰ বাহিনীৰ। বৰছলাতে নহয় এয়া লাহৰীঘাটৰ অলিয়ে গলিয়ে চলা এতিয়াৰ সুলভ দৃশ্য। কিন্তু যাত্ৰাৰ নামত এনে সংস্কৃতি পদৰ্শনৰ বাবে মৰিগাঁৱত কোনে দিছে চৰকাৰী অনুমতি। নিৰব কিয় আৰক্ষী। দায়িত্বৰ কৃপনালী নে সমান ভাগিত মিতিৰালী অসৎ চক্ৰৰ সৈতে। এই দৃশ্য দেখাৰ পাছত গা লৰিবনে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন